Babu Asoni Scheme Assam 2026: Apply Date,Eligibility,Amount আৰু Documents | বাবু আঁচনি |

Rag Jyoti saikia
By -
0

 বন্ধু -বান্ধৱী সকল Axom Pathshala লৈ স্বাগতম আজি CM বাবু আঁচনি (CM Babu Asoni Scheme ) সকলো খিনি apply কৰা date , eligibility criteria , documents required কিমান amount পাব মই ইয়াত সকলো খিনি জানিব পাৰিব। আৰু এটা Disclaimer মই প্ৰথমে কৈ দিছো Office Government website যেনে assam.gov.in, Official News From Fill-up  এতিয়া লৈকে হোৱা  নাই   । মই এই website দ্বাৰা আপোনা লোকক Class ৰ Notes Government Scheme আদি দি সহায় কৰিম থাকিম । 

 Cm Babu asoni scheme assam 




Babu Asoni Scheme Assam 2026: Boys Students , Eligibility, Amount আৰু Apply Process 


বাবু আঁচনি কি?( What is Babu Asoni Scheme? )

= বাবু আঁচনি কবলৈ গলে এক মাধ্য বিত্ত আৰু দৰিদ্ৰ লোকসকলৰ ছাত্ৰ বাবে এক আঁচনি । এই আঁচনিৰ দ্বাৰা ছাত্ৰ সকলক ছাত্ৰীৰ নিযুত মইনা আঁচনি নিছিনাই একেই সা-সুবিধা প্ৰদান কৰিব। এই আঁচনিৰ দ্বাৰা ছাত্ৰ সকলে নিজৰ দৈনদ্দিন খৰচ সমূহত সহায় কৰিব আৰু তেওঁলোকৰ পৰিয়ালো আৰ্থিক সাহাৰ্য্য পাব ।



Babu Asoni Scheme Launch Date আৰু Apply কৰাৰ Process:


 • Launch Date: CM Himanta Biswa Sarma sir ৰে কোৱা মতে বাবু আঁচনি কাম  February পৰা আৰম্ভ হব । বৰ্তমান কোনো ধৰণৰ বাবু আঁচনিৰ কাম হোৱা নাই। 


• Apply কৰাৰ Process :- CM Himanta Biswa Sarma sir ৰে কোৱা মতে বাবু আঁচনি একল মাধ্য বিত্ত আৰু দৰিদ্ৰ লোকসকলৰ ছাত্ৰ ৰ বাবে । বৰ্তমান apply কৰাৰ বাবে কোনো ধৰণৰ Government website বা Portal আৰম্ভ হোৱা নাই। মোৰ মতে Apply কৰাৰ Process নিযুত মইনা আঁচনিৰ দৰেই হব ।


Eligibility Criteria for Babu Asoni Yojana

 Eligibility Criteria বাবু আঁচনিৰ বাবে CM sirৰে কোৱা মতে এই আঁচনি একল মাধ্য বিত্ত আৰু দৰিদ্ৰ লোকসকলৰ ছাত্ৰৰ বাবে । সেই বাবে আপোনালোকৰ বছৰি আয় 4,00,000 টকাৰ তলত হলে আপোনালোকে নিচিন্ত মনে এই আঁচনিত apply কৰিব পাৰিব । আৰু অসমৰ স্থায়ী বাসিন্দা male students হব লাগিব।


 Babu Asoni Amount  

বাবু আঁচনিৰ টকা আপোনা লোকে  স্নাতকোত্তৰ ছাত্ৰৰ বাবে 2000₹ টকা দিব আৰু স্নাতক ছাত্ৰৰ বাবে 1000₹ টকা দিব।। বৰ্তমান Government  এই আঁচনিত কিমান পাব এতিয়ালৈ কোৱা হৈছে  ।

Documents কি কি লাগিব এই আঁচনিৰ বাবে ।
(Babu asoni documents required)

 এই আঁচনি আৰম্ভ হোৱাৰ আগতেই চাই লক তলত দিয়া documents খিনি আছে নে নাই:-

 • Aadhaar Card / Pan Card /PRC

 • Income Certificate 

 • Passport Size Photo 

 •Active Bank Pass Book 

 •HSLC/HSPass Certificates & Marksheets

 •Caste Certificate (If applicable)

যদি এই কেইটা documentsৰ ভিতৰত এখনও নাই সোনকালে বনাই লক ।


শেষ কথা: বাবু আঁচনি – Boysৰ বাবে এক নতুন আশা!

বন্ধুসকল, অসম চৰকাৰৰ এই বাবু আঁচনি (Babu Asoni Scheme) ছাত্ৰসকলৰ বাবে এক বৰ ভাল খবৰ। নিযুত মইনা আঁচনিৰ দৰে এতিয়া ল’ৰাবোৰেও আৰ্থিক সহায় পাব, যাৰ ফলত পঢ়া-শুনাৰ লগতে ছাত্ৰ জীৱনটোও অধিক enjoyable আৰু tension-free হ’ব।

বৰ্তমানলৈকে অফিচিয়েল ভাৱে amount, exact eligibility বা apply portal ঘোষণা কৰা হৈছে  February ৰ পৰা আঁচনিটো আৰম্ভ হ’ব বুলি CM Sir ৰে কৈছে। তাৰ আগতে documents খিনি ready কৰি ৰাখক যাতে official notification ওলালতেহে লগে লগে  apply কৰিব পাৰে।

New Update :- 

Babu asoni 

CM sirৰে finally কৈছে MCOM/MA/M.SC আদি স্নাতকোত্তৰ ছাত্ৰৰ বাবে 2000₹ টকা দিব আৰু স্নাতক ছাত্ৰৰ বাবে 1000₹ টকা দিব।  আৰু বৰ্তমান Apply Process আৰম্ভ হোৱা নাই । বাবু আঁচনি February মাহত আৰম্ভ হব। 

Axom Pathshala ত মই এই আঁচনিৰ লগতে আন সকলো Government Scheme, Class Notes আৰু education-related latest update আগবঢ়াই থাকিম। Official তথ্য ওলোৱাৰ লগে লগে এই post-টো update কৰিম – তাৰ বাবে regular visit কৰি থাকিব ।

কোনো doubt থাকিলে comment কৰিব, মই উত্তৰ দিম!

Study hard, stay updated আৰু নতুন বছৰটো joyful কৰি তুলক! 💪🚀

– Axom Pathshala Team

  



Post a Comment

0 Comments

Post a Comment (0)
3/related/default