Report writing format for AHSEC 2026 exam with samples

Rag Jyoti saikia
By -
0

বন্ধু -বান্ধৱী সকল Axom Pathshala লৈ স্বাগতম আজি  Class 12/11 AHSEC Report Writing কেনেকৈ লিখিব লাগে বা Fromtৰ সকলো   খিনি জানিব পাৰিব । এই Report Writing ত 6/8 Marks ৰ আহে এই post ভাল কে বুজিলে আৰু ঘৰত practice কৰিলে নিশ্চয়েই Full Marks পাবা ।

how to write report writing format class 12



AHSEC Class 12 Report Writing Format 2026 | Newspaper & Magazine Report Samples


 What is Report writing ?

Report writing বুলি কলে যিকোনো ধৰণৰ কাৰ্য্য হক অঘটন হক বা ভাল বেয়া যিকোনো কাৰ্য্যক আমি Report কৰা । সাধাৰণত আমি Report writing কি কি point আমি লিখিব লাগে এইবাৰ চাই লওঁ বলক :- 

   • 1st আমি কি হৈছিল সেইটো লিখিব লাগিব। 

   • 2nd আমি ক'ত হৈছিল সেইটো লিখিব লাগিব ।

   • 3rd আমি সই ঠাইত কি কি হৈছিল সেইটো লিখিব লাগিব। 

   • 4th আমি সই ঠাইত কোন কোন আহিছিল সেইটো লিখিব লাগিব। 

   • 5th last ত আমি সই ঠাইত কেনেধৰণে হৈছিল সেইটো লিখিব লাগিব। 

এই point খিনি মনত ৰাখিব । আমি এই point খিনি Report writing ত paragraph ত ব্যৱহাৰ কৰিম । আৰু এটা কথা মনত ৰাখিব যিকোনো ঘটনা আমি যদি Report কৰো আমি Report কৰো তে past tense ৰ ব্যৱহাৰ কৰিম । কাৰণ যিকোনো ঘটনা হোৱাৰ পিছত হে Report কৰো মানে ঘটনা past ত হৈ যোৱা সেই কাৰণে আমি past tense ব্যৱহাৰ কৰো।


Report ৰ writing format ত যোৱাৰ আগতে বলক আমি 

Report writing ত কেনে ধৰণৰ পৰীক্ষাত আহে 

   Report writing পৰীক্ষাত দুই প্ৰকাৰৰ দিয়ে যেনে :- 

         • Newspaper Report writing 

         • College Magazine/School Magazines 

         

Newspaper Report writing :- Newspaper Report writing ত বেছিভাগ চাবলৈ গলে বেছিভাগ অঘটনৰ লগত জড়িত যেনে :- যিকোনো ধৰণৰ Accident, Natural disaster (বানপানী, ভুমিকম্প) আদি ।


College Magazine/School Magazines Report writing:- এই ধৰণৰ Report writing ত College বা School ৰ Function লগত জড়িত। 

  

বলক এতিয়া Report writing formatৰ লৈ যাওঁ 

Newspaper Report Writing Format (AHSEC 2026)

Newspaper Report writing format :- পথমে মই কোৱাৰ মতে কি (What ), ক'ত (Where ), কেতিয়া (When) , কোন কোন (Who) আৰু কেনেকৈ (How) এই কেইটা প্ৰশ্ন আমি উত্তৰ খিনি লিখিবলৈ চেষ্টা কৰিম আৰু কথা যি কোনো Report writing ত Spelling mistake যে নকৰিবা আৰু নিজে বনাই লিখিবলৈ চেষ্টা কৰিবা ।

        Format :- 

        • 1st Title

        • 2nd By 

        • 3rd Date and place 

        • 4th Main paragraph

 

   

  • 1st Title :- পথমে আমি Report ৰ এটা নাম বা Title দিম । Title টো নিদিলে তোমালোকে 1 Mark নাপাৱা । সেইটো কাৰনে Titleটো দিবা ।

  • 2nd By :- 2nd ত আমি By ব্যৱহাৰ কৰি কোনে Report ৰ Repoter হিচাপে কাম কৰিছে তাৰ নামটো লিখিম । এই নামটো প্ৰশ্ন ত দিয়া হৈ থাকে ।

  • 3rd Date and place :- দুৰ্ঘটনাটোৰ Date আৰু placeটো সাধাৰণতে প্ৰশ্নত দিয়া থাকে । 

  • 4th Main paragraph আমি তিনিটা paragraphত ভাগ কৰি লম 

            • প্ৰথম paragraph ত (What + When + Where): কি হ’ল, কেতিয়া হ’ল, ক’ত হ’ল – short কৈ মূল কথা খিনি লিখিম।

            • দ্বিতীয় paragraph ত (Details + Who + How): কি কি হ’ল, কোন কোন জড়িত আছিল, কেনেকৈ হ’ল – বিতংভাৱে বৰ্ণনা কৰিম ।

            • তৃতীয় paragraph ত (যদি লাগে – Consequences / Reaction): ফলাফল কি হ’ল, প্ৰশাসনে কি কৰিলে, লোকে কি ক’লে। এই কেইটা যদি ভালকে লিখো নিশ্চয় ভাল নম্বৰ পাৱা ।

Example Format :- 


Title (Bold & Capital)

Example: FLOOD CAUSES HAVOC IN ASSAM


Byline

By a Staff Reporter / Our Correspondent


Place and Date

Guwahati, January 15:


Body (2-3 Paragraphs – Past Tense)

      •Para 1: What + When + Where

      •Para 2: Details + Who + How

      •Para 3 (optional): Consequences / Rescue work

     No personal opinion | No ending note

 Magazine Report Writing Format (AHSEC 2026)

•1st Title / Heading 

বা ______ AT COLLEGE/SCHOOL 


2nd By Head boy /Girl জোনটো Question ত Mention থাকে 

 

3rd Place and Date

[College/School Name], [Date]


4th Main Paragraph ত 

    •1st  Paragraph : কি অনুষ্ঠান হ’ল, কেতিয়া আৰু ক’ত হ’ল, কোনেনোৱে উদ্বোধন কৰিলে।

    • 2nd  Paragraph: কি কি কাৰ্যসূচী হ’ল (নৃত্য, গীত, নাটক আদি), কোনে অংশগ্ৰহণ কৰিলে, দৰ্শকে কেনে সঁহাৰি জনালে।

     • lastParagraph : অনুষ্ঠান কেনেকৈ সফল হ’ল, কোনে ধন্যবাদ জনালে, সকলোৱে কেনে অনুভৱ কৰিলে।

5th Ending Notes সৰু কে এটা Happy Ending বাক্য এটা লিখি দিবা ।

Example Format :- 


Title

ANNUAL SPORTS MEET HELD AT SCHOOL


Byline

By [Name], Head Boy/Girl / Secretary


Place and Date

Dibrugarh Higher Secondary School, December 20


Body (2-3 Paragraphs)


    •Para 1: What event + When + Where + Inauguration

    •Para 2: Programmes + Participants + Audience response

    •Para 3: Success + Vote of thanks

Ending.

The programme concluded successfully / ended on a happy note.

  

বন্ধু-বান্ধৱী সকল, আজি আমি AHSEC Class 12 Englishৰ Report Writingৰ সম্পূৰ্ণ ফৰ্মেট, নিয়ম আৰু উদাহৰণ ভালদৰে শিকিলোঁ। মনত ৰাখিব – Report Writingত 5W1H (কি, ক’ত, কেতিয়া, কোন, কেনেকৈ) ঠিকৈ cover কৰিবা, Past Tense ব্যৱহাৰ কৰিবা, Title নিদিয়াকৈ নাথাকিবা আৰু শব্দ সীমা ১৫০-২০০ৰ ভিতৰত ৰাখিবা।

Axom Pathshalaত আমি তোমালোকৰ HS পৰীক্ষাৰ বাবে আৰু বহুতো Notes, Essays, Grammar আদি আগবঢ়াই থাকিম। যদি Report Writingৰ আৰু উদাহৰণ বা PDF লাগে, কমেণ্ট কৰিবা!

Post a Comment

0 Comments

Post a Comment (0)
3/related/default